
###শতমূল ###
শতমূল চূৰ্ণ মহিলাৰ বাবে ভগৱানৰ বৰদান বুলি কব পাৰি । কিয়নো শতমূলৰ এনে কিছুমান গুণ আছে , যিয়ে এগৰাকী মহিলাক বহু সময়ত নতুন জীৱন দিব পাৰে ।
শতমূল সেৱন কৰিলে মহিলাৰ অনিয়মিত মাহেকীয়াৰ সমস্যা দূৰ হয় , কষ্টদায়ক মাহেকীয়াৰ পৰা মুক্তি পায় , ধাতু ৰোগ বা বগাস্ৰাৱ আদি বন্ধ হয় , অত্যাধিক ৰক্তস্ৰাৱ হোৱা ৰোগৰ পৰা মুক্তি পায় ।
Early menopause বা সময়ৰ আগতেই 35/36 বছৰ বয়সতেই মাহেকীয়া বন্ধ হলে নিয়মিতভাৱে শতমূল সেৱন কৰক ছমাহ । আকৌ নিয়মীয়া হব মাহেকীয়া ।
PCOD ৰ বাবেও ই বহুত ভাল ঔষধ হয় । যিসকল মহিলাৰ বা ছোৱালীৰ গাভৰু হোৱাৰ সময়ত গাত খুব বেছি নোম হয় , মুখত ডাঢ়ি-গোঁফ আদিৰ দৰে হয় , তেওঁলোকে নিয়মিত শতমূল খালে ভাল ফল পাব।
গাভৰু অৱস্থালৈকে যদি স্তনৰ বিকাশ হোৱা নাই , তেন্তে শতমূল সেৱন কৰক ।
সন্তান জন্ম হোৱাৰ পাছত যদি মাতৃগৰাকীৰ মাতৃদুগ্ধ্ কম হৈ থাকে , তেন্তে শতমুল খাব পাৰে ।
যদি 13/14 বছৰলৈকে পুস্পিতা হোৱা নাই বা এবাৰ হৈ বন্ধ হৈ গৈছে , তেন্তে শতমূল খাওঁক ।
বিশুদ্ধ শতমূলৰ গুড়ি মৌ বা ঘিঁউৰ লগত মিহলাই লৈ এক চামুচ গুড়ি ৰাতিপুৱা খাব পাৰে । নিয়মিতভাৱে ছমাহ বা তাতোধিক সময়লৈ খালে ভাল ফল পাব ।
দহ/বাৰ দিন খাই একো লাভ নাপাব । বিশুদ্ধ শতমূলৰ গুড়ি আমাৰ বিধানৰ সামগ্ৰী বিক্ৰী কৰা দোকানত পোৱা যায়।
Online order Link ..