Bhumi Amla Juice is a natural herbal wellness drink made from Phyllanthus niruri, traditionally known in Ayurveda for supporting liver health, digestion, and immunity. Carefully processed to retain its natural goodness, Sanjeevan Life Bhumi Amla Juice helps detoxify the body and supports overall well-being.
It is especially valued for maintaining a healthy liver, improving digestive function, and supporting the body’s natural defense system.
✨ A daily herbal tonic for internal cleansing and vitality.
✅ Key Benefits (for website / label)
-
Supports liver health & detoxification
-
Helps improve digestion & metabolism
-
Boosts natural immunity
-
Helps in maintaining overall wellness
-
Traditional Ayurvedic herb for internal balance
🧪 Suggested Usage (general, non-medical)
Take 15–30 ml daily, mixed with equal water, or as advised by a healthcare professional.
📢 Short Social Media Caption
Bhumi AMla juice
##
#ভূঁই আমলা বা ভূমি আমলখি ###
ভূমি আমলখিৰ পাতবোৰ দেখাত আমলখিৰ পাতৰ দৰে সৰু সৰু আৰু প্ৰায় এক ফুট ওখ হয় গছডাল । পাতৰ তলত সৰু সৰু গুটি হয় । জেকা ঠাইত ই বেছিকৈ হয় যদিও সকলো ঠাইতে কম বেছি পৰিমানে পোৱা যায় ।
ইয়াৰ মুখ্য গুণ লিভাৰৰ সমস্যা ঠিক কৰা । লিভাৰৰ সমস্যা মানে লিভাৰৰ প্ৰায়বোৰ গম্ভীৰ সমস্যা ই ঠিক কৰিব পাৰে ।
লিভাৰ চিৰ’চিছ , লিভাৰ নষ্ট হৈ পেটত পানী জমা হোৱা , মুখত সঘনাই ঘা হৈ থকা , মুখৰ পৰা ওলোৱা দুৰ্গন্ধ , খাবলৈ মন নোযোৱা , মদ-ভাং খাই লিভাৰ দুৰ্বল হোৱা আদি প্ৰায়বোৰ লিভাৰৰ ৰোগত ই ৰামবানৰ কাম কৰে ।
ভূমি আমলখি লিভাৰৰ ৰোগৰ বাবে শিপাৰে সৈতে এডাল উভালি আনি ভালকৈ ধুই লৈ পতাত পিছি ৰস উলিয়াই দুই-তিনি চামুচকৈ দিনত দুবাৰ খাব পাৰে । 45 দিন নিয়মিত খাওঁক ।
লিভাৰৰ গম্ভীৰ সমস্যাৰ বাবে ভূমি আমলখিৰ লগত পূৰ্ণনভা শাকৰ ৰস মিহলাই খালে বেছি ভাল উপকাৰ পোৱা যায় ।
Ulcerative colitis ৰোগীয়ে ভূমি আমলখিৰ ৰস দুই চামুচ আৰু দুৱৰী বনৰ ৰস 2 চামুচ মিহলাই ৰাতিপুৱা খালি পেটত খালে বহুত সোনকালে নিৰাময় পায় ।
মদ ভাং , খুব বেছি মাছ মাংস আদি খোৱা মানুহে বছৰত ২ মাহ ভূমি আমলখিৰ ৰস আৰু পূৰ্ণনভা শাকৰ ৰস খালে সোনকালে লিভাৰ নষ্ট নহয় ।
ভুমি আমলখি ৰস লিভাৰ চিৰোচিছ হোৱা ৰোগীৰ বাবে ৰামবাণ ঔষধ হয় । নিয়মিত ৬ মাহ খালে Liver Cirrhosis হোৱা ৰোগীৰ Liver আকৌ Reverse হব পাৰে ।
ভুমি আমলা আৰু পুৰ্ননভা ৰস আমাৰ সকলো দোকানতে পোৱাৰ উপৰিও তলৰ লিংকত গৈ Online Order কৰিব পাৰিব ।
Only logged in customers who have purchased this product may leave a review.
Reviews
There are no reviews yet.