
আপুনি জানেনে যে যেতিয়া এজন কিডনী ৰোগীৰ Dialysis কৰা হয় , তেতিয়া শৰীৰৰ তেজ ৰঙা পাইপেৰে উলিয়াই অনা হয় আৰু সেই তেজ ফিল্টাৰ কৰি আকৌ নীলা পাইপেৰে শৰীৰত সুমুৱাই দিয়া হয় ।
এই প্ৰক্ৰিয়াটোত চাৰি ঘন্টা সময় লাগে । এবাৰ কৰিবলৈ ৪০০০-৫০০০ টকা খৰচ হয় আৰু হস্পিতাল অনুসৰি বেলেগ বেলেগ হয় । এই প্ৰক্ৰিয়াটো সপ্তাহত সাধাৰণতে তিনিবাৰ কৰা হয় । এমাহত ১২ বাৰ কৰিলে খৰচ হয় প্ৰায় ৪৮ হাজাৰ ।
২-৩ বছৰ কৰাৰ পাছত বহুতো ৰোগীৰ dialysis কৰিব পৰা অৱস্থা নোহোৱা হৈ যায় । দুখীয়া মানুহে নিয়মীত কৰাৰ কল্পনাও কৰিব নোৱাৰে ।
যিসকলক শৰীৰ সুস্থ অৰ্থাত কিডনীৰ কোনো ৰোগ নাই , তেওঁলোকৰ শৰীৰত এই কামটো কোনো একো খৰচ আৰু কোনো অসুবিধা নোহোৱাকৈ নিৰন্তৰ কৰি থাকে ।
গতিকে যদিহে আপুনি মোৰ কথাৰ অৰ্থ বুজি পাইছে , তেন্তে আজিয়েই কিডনী নষ্ট কৰিব পৰা বস্তুবোৰ ত্যাগ দিয়ক ।
মদ খোৱা , fast food খোৱা , অত্যাধিক মাছ-মাংস খোৱা , Processed food খোৱা , ঠাণ্ডা পানী , Cold drinks আদি খোৱা , কিবা এটা হোৱাৰ লগে লগে ওচৰৰ ফাৰ্মাচীলৈ দৌৰি গৈ ঔষধ আনি খোৱা অভ্যাস ত্যাগ দিয়ক ।।
যদি আপুনি উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগী হয় , তেন্তে আপুনি কিডনী ভালে ৰাখিবলৈ বছৰত কমেও তিনি মাহ পুৰ্ননভা ৰস খাওক ।
যদি আপুনি নিয়মীত মদ খোৱাৰ অভ্যাস আছে , তেন্তে পুৰ্ননভা ৰস খাওক ।
কিডনী আজীৱন ভালে ৰাখিবলৈ পুৰ্ননভা ৰস সকলোৱে বছৰি কমেও তিনি মাহ খাওক ।।
ধন্যবাদ ।।
Welcome to WordPress. This is your first post. Edit or delete it, then start writing!

Hi, this is a comment.
To get started with moderating, editing, and deleting comments, please visit the Comments screen in the dashboard.
Commenter avatars come from Gravatar.